ৰণক্লান্ত নহওঁ

ৰণক্লান্ত নহওঁ, সেই মুহূৰ্ত লৈ — যি মুহূৰ্ততে মোৰ সীমান্ততেশেষ শত্রু দৈত্যটিৰ নহয় মৰণ । — ৰণক্লান্ত নহওঁ । ঝনঝনায় —-আজি ঝনঝনায়মোৰ […]

ৰক্ষা কৰা মোক কৰা ৰক্ষা

ৰক্ষা কৰা, মোক কৰা ৰক্ষাঅলিয়ে গলিয়ে নিতে হেজাৰে বিনায়কালৰূপী যক্ষ্মই মৰা সূঁতি সাজি দিয়েবক্ষৰ লুইতখনি বাৰিষা শুকায়।এন্ধাৰ পঁজাত মুমূ্ৰ্ষু জীৱনৰবন্তি

ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ

ৰং ৰং নানা ৰং কিনিবলৈ যাওঁৰং ৰং নানা ৰং…….. কিনিবলৈ যাওঁৰংবোৰ অভিমুখে আমি আগুৱাওঁয’তে যি ৰং পাওঁ কোঁচত ভৰাওঁসেই ৰং

ৰং কিনিবা কোনে

ৰং কিনিবা কোনে অ’ ৰং কিনিবা কোনে ?মোনা ভৰাই ৰং আনিছোঁ, কিনা মোনে মোনে|বাও ধানৰ সোণ পথাৰত হালধীয়া চৰাইআৰু হালধীয়া

 
Scroll to Top