জিলমিলিয়া কোমল বালি
জিলমিলিয়া কোমল বালি,তাহানিৰ কথা কিয় আজি কলি,ওঁহোকথা : ভুল হʼল নেকি ?তাহানিৰ কাহিনী কিয় শুনালি ?(অʼ) বুকুতে মিঠা মিঠা বিহ […]
জিলমিলিয়া কোমল বালি,তাহানিৰ কথা কিয় আজি কলি,ওঁহোকথা : ভুল হʼল নেকি ?তাহানিৰ কাহিনী কিয় শুনালি ?(অʼ) বুকুতে মিঠা মিঠা বিহ […]
জিন্দাবাদ মেণ্ডেলামেণ্ডেলা জিন্দাবাদজিন্দাবাদ মেণ্ডেলামেণ্ডেলা জিন্দাবাদ সাতাইশ বছৰ আৰু সাতটা মাহৰবন্ধ কাৰাগাৰ ভাঙিলাঁ প্ৰখৰ ৰৌদ্ৰৰূপে আফ্ৰিকাৰ নতুন যুৱক হৈ ওলালা জিন্দাবাদ মেণ্ডেলা।। বৰ্ণ বৈষম্যৰ জীৰ্ণ প্ৰাচীৰখনিবজ্ৰ
গাভৰু :- জিগিজা-গিজাও অʼ গিজাওজিগিজা-গিজাও অʼ গিজাওজিগিজা-গিজাও অʼ গিজাওছোট ঘৰেৰ বহু বেটী, পিঠে পৰে চূল গʼযৌৱনেৰে আঙ্গিনাই উড়ে গেন্দা ফুল
জিকমিক দেৱালীৰ বন্তী জ্বলেএন্ধাৰত কান্দে কোনে অকলে অকলেওচৰা-ওচৰি দুটি ঘৰ।এটি পঁজা আনটো ৰজা ঘৰৰজাঘৰে হাঁহে, মাথোন পঁজাটিত বন্তি নজ্বলে! পঁজাটিত
জাগ্ৰত মানুহৰ ছাঁ দেখি কিয়দিনে-ৰাতিয়ে উচপ খোৱাঁ ?আলসুৱা আকাশত কুঁৱলীৰ মুখা-পিন্ধাৰামধনু কেলেই খেদি যোৱাঁ ? ধূলিৰ ধৰাত জীৱন সৰগ ওপজেনতুন
জুয়ে পোৱা তিৰাশীৰনিৰ্বাচনীৰ বছৰমোৰ ভাইটি নোহোৱা হʼলনেপালোঁ খবৰতই জাননে খবৰ?তই জাননে খবৰ? জিলাৰ দহোগাঁৱততোৰ সমকক্ষ নাইতোক হেৰুৱাই আমাৰ গঞাইক্ৰোধতে বিনায়।মৰিশালি
(অনুবাদ গীত) জয় বা পৰাজয়সময় অসময়কপালত জিলিকাইপ্ৰেম নাহেপ্ৰেমে সময় নুবুজে(প্ৰেমে) বয়স যে আৰু নুবুজে।।ৰিম্ ঝিম্ ঝিম্ বৰষাইমোৰ দেহাটি যেতিয়া তিয়ায়উদাস
জয় জয় নৱজাত বাংলা দেশজয় জয় মুক্তি বাহিনী।ভাৰতীয় সৈন্যৰ সʼতে ৰচিলাঁমৈত্ৰীৰ কাহিনী।। ধৰ্মান্ধতাৰ বিপৰীতে ধৰ্মনিৰপেক্ষতাবিভেদকামী শক্তিৰ সলনিগংগা পদ্মাৰ একতা।। সামন্ততন্ত্ৰৰ
জয় জয় অসমীৰ নতুন পুৰুষজয় জয় শ্বহীদ বাহিনীপঁচাশীত লিখিলোঁত্যাগেৰে তোমাৰমুক্তিৰ কাহিনী। মহাভাৰতৰ মহা অংগঅসমী আই আমাৰকʼত সন্তানৰশোণিত ঢালেনোপোৱাঁ তুলনা তুমি