কপিঁ উঠে কিয় তাজমহল

মহিলাঃ হায় হায় হায়দুয়োঃ কঁপি উঠে কিয় তাজমহল ?         পুৱতি নিশাৰ আজানৰ সʼতে আজানপুৰুষঃ যমুনাত তুলি          শত-ধুমুহাৰ কোলাহল          তাজমহল! তাজমহল!! […]

কত জোৱানৰ মৃত্যু হ’ল

কত জোৱানৰ মৃত্যু হ’লকাৰ জীৱন যৌৱন গ’লসেই মৃত্যু অপৰাজেয়তেনে মৃতক নহ’লোঁ মই কিয় ?কত জোৱানৰ মৃত্যু হ’ল ।  হেনো হিমালয়

কটন কলেজ

কটন কলেজ, কটন কলেজ(কথাৰে)ওঠৰশ নিৰানব্বৈ চন ।ব্ৰিটিছ শাসন!মাণিক চন্দ্ৰ বৰুৱাৰ প্ৰতিবেদনপ্ৰাগজ্যোতিষপুৰতে কৰিব লাগিবইএখনি কলেজ স্থাপন।। ঊনৈশ শ এক আৰু দুহেজাৰ

ক-খ-গ-ঘ

ক-খ-গ-ঘ, চ-ছ-জ-ঝদুয়ে দুয়ে চাৰি গʼএ বি চি ডি ইস্কুল পঢ়িগিয়ানী বনিব গʼ। হামাৰ কচি কচি বাছাইস্কুলে পঢ়িব গʼলিখি পঢ়ি বড়

 
Scroll to Top