ক

ক

কিনো কপাল

কিনো কপাল সাধি আহিলি বান্ধঘৰ মৰিশালি হʼল।আপোন হাতেৰে ফুলনি পাতিলিথিতাতে মৰহি গল হেʼ।। আকাশৰ মনেৰে জোনক সাবটিলিজোনৰ নুবুজিলি ছল।জোনও লুকালে

ক

কিছু দিন আগতে পুৱতি নিশাতে

কিছু দিন আগতে পুৱতি নিশাতেসপোন এটি দেখিছিলোৰাজপথে ৰাজপথে বিজুলী খুঁটিতওলমা মৃতদেহ দেখিছিলো । সুধিলো: এয়া কাৰ মৃতদেহ ?কʼলে : ইহঁত চোৰাংবজাৰী,ঘটিছিল

ক

কি যে তোমাৰ সংগ প্ৰিয়া

কি যে তোমাৰ সংগ প্ৰিয়ামিঠা তোমাৰ সংগ,তোমাৰ অংগ জ্বলন্ত জুইমই যে পতংগ । জীৱনৰ ৰস যিমানতৃষ্ণাও বাঢ়ে সিমানএই নিশা নেলাগে

ক

কি মায়া জৰীৰে বান্ধিলা

কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐহেৰালে চেতনা গাৰমৰিচিকা খেদি ভাগৰি পৰিছোঁএকোৰে পোৱা নাই পাৰ। সমাজখন ভুৱাৰে ভৰি গ’লমানুহে মানুহক নিচিনা

ক

কি বিচাৰি ওৰে জীৱন

কি বিচাৰি ওৰে জীৱন কেনি আগুৱালোবহু ধনৰ মোহত পৰি মূলো হেৰুৱালো ।যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গʼলোঅতি লোভত পৰি আজি

ক

কি পালি

কি পালিকি পালিএকোতো নেপালিউৰিলি তই যিমানএটুকুৰা জোনএটুকুৰা সোণসোণৰনো দাম কিমান? কোটি কোটিতৰাৰে জেউতিমহা আকাশৰে বক্ষতসিপাৰত ঘূৰেতই নজনাকৈআপোন আপোন কক্ষত।। কল্পনা

ক

কি কৰোঁ কি কৰোঁ

কি কৰোঁ, কি কৰোঁ উপায়কোৱা বাৰু কি উপায়ভালপোৱা নিষ্ঠুৰ দানৱধৰেহি সদায় বান্ধমই নিৰুপায়। বৰ পোৰণি আছে বান্ধ, ফেঁটী সাপৰ বিষততাৰো

ক

কাৰোবাৰ দুনয়ন সৰগত তৰা

কাৰোবাৰ দুনয়ন সৰগত তৰা যেন লাগেনেজানো মোৰ কি যে হʼল ! মৰমৰ সাগৰত সাঁতোৰাৰ হেপাহ জাগেকোন দেৱী বাউলী হʼল ।। জোনৰ

ক

কাৰ ঘৰৰ লখিমী

কাৰ ঘৰৰ লখিমী ঘৰলৈ উভতিছেকাৰ ঘৰ সজাই-পৰাই কোনে বাট চাইছে !কাৰ ঘৰত মেটমৰা কʼলা ধন বিজাৰিছেকাৰো ঘৰত অভাৱে জীৱন জোকাৰিছে।কাৰো

ক

কাৰ আকাশৰ

কাৰ আকাশৰ ৰামধেনুখনিকʼতে বা লুকায়কাৰ সপোনৰ ফুলনিখনিমৰহি শুকায়। জীৱনৰে লুইতত নাও মেলি দেআশাৰ তুলি লৈ পালএকোকে নেপালে পায়ো হেৰুৱালেনিচিগে মায়াৰে

 
Scroll to Top