মনত আছেনে
মনত আছেনে ? দৰিকা দিচাঙে পানী বাঢ়ি গʼলেময়ো বৰ এজনী হʼলোঁতোৰে সতে সাঁতুৰি থাকোঁতেবাইদেউৰ কতনা শপনি খালোঁ। মনত আছেনে, বোলোঁ […]
মদাৰৰে ফুল হেনো পূজাতো নেলাগেমদাৰৰে ফুল হেনো সবাহত নেলাগেলাগে পিচে ব’হাগতে ৰং সানিবলেʼলাগে পিচে আকাশতে জুই জ্বলাবলেʼ। কোনোবাই মোক হেনো
(১)“মৎস্য কুৰ্ম্ম নৰসিংহ বামণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম।বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তযু পাৱে কৰোঁহো প্ৰণাম।।”মোৰে উদং
মঙ্গলদৈ তোমাৰ নাম হওক মঙ্গল তোমাৰ ।অতীত ঘাটি চাইলে পাবা ঐতিহ্য অপাৰ।। কোঁচ ৰজাৰ জীয়ৰী মঙ্গলা যাৰ নাম।সেহি নামে নামকৰণ
মঙ্গল হওক ন-শতিকাত, মঙ্গল সবাৰপ্ৰতি গৃহে শান্তি আহক,সমৃদ্ধি অপাৰ হে।। উষা কালৰ সোণোৱালী ৰʼদ,চোতালত ভৰি ৰয়অন্ধজনেও দেখক আকৌ,নৱ সূৰ্যোদয়হে।। সোণৰ
মুখ উজ্জ্বল যৌৱন উচ্ছলসেউজীয়া বন উৰণীয়া মনবিশ্বৰ অগনি জ্বলাইহাত-বাউল দি মাতিছে।মাতিছে, মাতিছে মাতিছে। বিশাল আকাশ মৰমী বতাহমুক্ত আমাৰ উশাহ-নিশাহএসাঁজ বনভোজ
মুক্তিকামী লক্ষ্যজনৰমৌন প্ৰকাশ শুনিছানে নাই?জীৱন আকাশত নতুন সাহসৰপৰিছে জ্যোতি দেখিছানে নাই? কিমান পালা নেপালা কিমানহিচাপ নকৰিলা কোনো ক্ষতি নাই!আহিছে সময় গণনাৰো
মইনাজান মইনাজান লুইত পাৰে হʼলোঁমইনাজান মইনাজান দিক্ৰং পাৰে হʼলোঁমইনাজান মইনাজান জিৰালোঁ ঐ নাওবৈচাত। মইনাজান মইনাজান চাকৰি ঐ বিচাৰিমইনাজান মইনাজান এৰোঁ
মই সপোন পুৰীৰ ৰূপ কুঁৱৰীহাতত মৃণালৰে খাৰু,অʼ কাণত পদুমৰে কেৰু,পখিলাৰ সʼতে মই ৰঙা ৰঙা পাখিৰেমলয়াত উৰি ফুৰোঁ।। হাতত মৃণালৰে খাৰুঅʼ
কথা: মই যেন আজীৱন উৰণীয়া মৌ জিৰাবৰ নাই তৰু-তৃণগীত: মই যেন আজীৱন উৰণীয়া মৌ জিৰাবৰ নাই তৰু তৃণ জিৰণীয়া মৌ