পৰহি পুৱাতে টুলুঙা নাৱতে

পৰহি পুৱাতে টুলুঙা নাৱতেৰংমন মাছলৈ গ’লমাছকে মাৰিবলে’ নেলাগে যাবলে’ধুমূহা আহিবৰ হ’ল ।ক’ৰবাত কেনেবাকে’ ঘঁৰিয়ালে ধৰিববৈ যাব তেজৰে ধলগধূলিৰে পৰতে বৰহমপুত্ৰৰ […]

প্ৰথম মৰমে যদি সঁহাৰি নেপায়

প্ৰথম মৰমে যদি সঁহাৰি নেপায়ভালপোৱা কিয় জানোমৰহি যায়,এখন হিয়া আৰু এখন হিয়াইমিলিলেহে মৰমে পূৰ্ণতা পায়।। যৌৱন প্ৰভাতী মেলাতেতোমাক দেখিছিলোঁ হঠাতেপ্ৰথম

প্ৰথম প্ৰহৰ ৰাত্ৰি

প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা ।শুনা সখি শকুন্তলা তুলি বান্ধা খোপা।।দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ।শুনা সখি ৰূপৱতী নধৰা

প্ৰথম নহয় দ্বিতীয় নহয়

প্ৰথম নহয় দ্বিতীয় নহয়তৃতীয় শ্ৰেণীৰ যাত্ৰী আমিজীৱন ৰেʼলৰ ডবাত আমিপ্ৰথম নহয় দ্বিতীয় নহয়তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি।। মাজে মাজে মাজেএই ৰেʼলে

প্ৰতিধ্বনি শুনো মই

প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনোমোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰনিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো | কাণ পাতি শুনো মই বুজিব নোৱাৰোচকু মেলি

পেহী অʼ পেহা

কথা :- মুখেন মাৰিতং জগত নীতিৰে ৰাজ্য চলাব নোৱাৰিৰাইজ আৰু ৰজাই মিলি কাম কৰিলেহে দেশখন বচাব পাৰি।।গীত :– পেহী অʼ

পীৰিতি নামৰে তিনিটি আখৰে

পীৰিতি নামৰে তিনিটি আখৰেকোনে কাটি গʼলে শিলতনজহে নপমে মৰিচা নপৰেজিলিকে বুকুৱা বিলত। লুইতৰ বালি তিয়াব নোৱাৰিনিজৰাই নিতিয়াই মানেভূটীয়া চাঙৰে ধুনীয়া

পিয়লী, পিয়লী!

পিয়লী, পিয়লী! কʼতেনো লুকালিমুকুতি যুঁজৰ সেনাপতি?পৰেবতৰ শিখৰতে, ভৈয়ামৰ নামনিতেদেশৰে লʼৰা-বুঢ়াই উচুপিছে দিনে-ৰাতি;আমাৰ পিয়লী বোপাটিৰ নাভাঙিলে কাল ঘুমটিমৰণে লʼলে সাবটি। দেশৰে

পিতৃ গৃহ ত্যাগী

পিতৃ গৃহ ত্যাগী আই মোৰপতি গৃহে যায়দুই পাৱ চলে যদিএক পিছুৱায়। মৃগ শিশুটিয়ে আইতোক এৰি নিদিয়েপিতৃ আৰু সখীদ্বয়েকোন সতে এৰে?

 
Scroll to Top