দলিত ভাৰতৰ আশাৰ প্ৰদীপ

দলিত ভাৰতৰ আশাৰ প্ৰদীপজয় মহাত্মা গান্ধীমোহন ৰূপেৰে জগত মুহিলাঁপ্ৰেমৰ ডোলেৰে বান্ধি। সৰ্বধৰ্মৰেই অৰ্থ বুজিলাঁবিশ্ব প্ৰেমেৰেই মথিমানৱতাৰ জ্যোতি মহানপ্ৰচাৰি অমৃত বাণী। […]

দূৰ দিগন্তত ৰিণিকি দেখিছোঁ

দুৰ দিগন্তত দেখিছোঁ ৰিণিকি সোঁৱৰণী বগ উৰাউৰি উৰি উৰি মাথোঁ মোৰ দিনান্তক উপলুঙা কৰি ফুৰা। চেনেহ-সাগৰ মথিলোঁ কতনা ৰহণ জিলিকি

দুয়ো মুখামুখি অতি সুখে সুখী

(আগকথা-বাহিৰ বিশ্ব যেতিয়া নিমাত, তেতিয়া দুজনে মুখামুখি হৈ কেইটামান মৰমী মুহূৰ্তক, প্ৰেমক পৱিত্ৰ জ্যোতিপ্ৰপাতলৈ পৰিণত কৰে। বোধহয় এনেকৈ -) গাভৰু

দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে

কথাঃ মোৰ জীৱন-ৰথ এবাৰ হঠাতে থমকি ৰৈছিল, এনেতে- গীতঃ দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণতোমাৰ ওঠৰ পৰশে,মোৰ ছন্দে ছন্দে উঠে প্ৰেমৰ

দুখৰে উপৰি দুখ মোৰ ৰাইজ ঐ

দুখৰে উপৰি দুখ মোৰ ৰাইজ ঐলুইতত উটিলে জাঁজীআমাৰ দেশখন হʼল মৰিশালীপানী নাই পথাৰত আজি।কিনো দিন পৰিলে আজি। ৰহদৈয়ে ঢাকুৰে ভোগায়ে

দিহিঙে-দিপাঙে

দিহিঙে-দিপাঙেআজীৱন ঘূৰিলোঁজীৱনৰ টোকাৰী বাই।শতিকা-শেষতথমকি চাওঁ যেমৰণৰ তোৰণ নাই। জীৱন গলিলমৰণ গলিলকোন যে কাহানি যায়,দেহতত্বৰো তত্ব লুকালমানুহে মানুহক খায়। নতুন শতিকা

 
Scroll to Top