তোমাৰ দেখোঁ নাম পত্ৰলেখা

তোমাৰ দেখোঁ নাম পত্ৰলেখাপত্ৰ তুমি নিলিখা হ’লাঁহয়তো মোৰ পুৰণা ঠিকনাতোমাৰ মনত নাই। হয়তো তুমি তোমাৰ মৰমবোৰথৈছাঁ সাঁচি কাৰোবালৈগুপুতে বুকুতেতাত মোৰ […]

তোমাৰ উশাহ কঁহুৱা-কোমল

তোমাৰ উশাহ কঁহুৱা-কোমলশেৱালি-কোমল হাঁহিহাঁহিয়ে হৃদয় হৰিলে শুনাইএটি কিবা মিঠা বাঁহী৷শাৰদীয়া চেনেহীৰেকঁকাল ইমান লাহী।।তোমাৰ উশাহ কঁহুৱা কোমলশেৱালি কোমল হাঁহি৷৷হঠাৎ আজি গালোঁ

তেৰশ চৌৱন্নৰ মাঘৰে

তেৰশ চৌৱন্নৰ মাঘৰে মাহতেষোল্লৰে বিয়লি বেলাপৃথিৱীৰ শিৰতে ব্ৰজপাত পৰিলেবাপুজী কʼলৈনো গʼলাঁ ?এন্ধাৰৰ মাজেদি জোঁৰ লৈ আহিলাঁঅশেষ যাতনা ভেদিমৰমৰ হাঁহিৰে হেংদান

তেজ দিলাঁ, প্ৰাণ দিলাঁ

তেজ দিলাঁ, প্ৰাণ দিলাঁত্যাগ দিলাঁ ডেকা বন্ধুপুনু আহিবা, আহি যুঁজিবাযুঁজি জিকিবাই ডেকা বন্ধু। তেজ দিলাঁ, প্ৰাণ দিলা,ত্যাগ দিলাঁ, ডেকা বন্ধুপুনু

তুলসীৰ তলে তলে

তুলসীৰ তলে তলেকত চাকি জ্বলালোঁথাপনাৰ তলে তলে শৰাই আগবঢ়ালোঁতথাপিতো নেপালোঁ পাৰমোৰ গোসাঁই ঐতথাপিতো নেপালোঁ পাৰ।সংসাৰ সাগৰে বুৰিখালোঁ আমি হাবাথুৰিমানৱী জনমতো

তুমিয়ে মোৰ কল্পনাৰে

তুমিয়ে মোৰ কল্পনাৰে হৰিণীনয়নাতুমিয়ে মোৰ জীৱনৰে মধুৰ আল্পনাতোমাৰ বাবেই মোৰেই সুৰৰ কতনা মূৰ্চ্ছনাতুমি জানা নে নেজানা ? জীৱন ৰণাঙ্গনত তুমি

তুমি বিয়াৰ নিশাৰ

তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ এপাহি ৰজনীগন্ধাতোমাৰ মূল্য এনিশাৰ।পিছৰ দিনা সূৰুয উঠাৰ পিচৰ বাহী শয্যাততুমি মূল্যবিহীন ভাৰ।। তুমি ফুলিছিলাঁ আশাৰে বহুতআঁচনিকে

তুমি নতুন পুৰুষ

তুমি নতুন পুৰুষতুমি নতুন নাৰীঅনাগত দিনৰজাগ্ৰত প্রহৰী!কেঁচা জীৱন সোঁতকসিঞ্চন কৰিসজাবা সমাজ নিজ হাতেৰে গঢ়ি।এন্ধাৰ গলিত আলোক বৰষাৰঢালিবা তুমি উচ্ছল বাৰি।।মৃত্যুঞ্জয়ী

তপ্ত তীখাৰে

তপ্ত তীখাৰে, অগ্নি শক্তিৰক্তবর্ণে জ্বলে — এ’ জ্বলিলেমুক্তিপিয়াসী সুপ্ত মানুহৰবক্ষ তীখা হৈ গলে —- এ’ গলিলে । জনতাতন্ত্ৰৰ সাজি ল’লোঁ

 
Scroll to Top