জ

জ

জিলিকাব লুইতৰে পাৰ

জিলিকাব লুইতৰে পাৰএন্ধাৰৰ ভেটা ভাঙিপ্ৰাগজ্যোতিষত বয়জেউতি নিজৰাৰে ধাৰ ।শত শত বন্তিৰজ্ঞানৰে দীপালীয়েজিলিকাব লুইতৰে পাৰ ।  সাঁচিপাতে ভাষা দিবচিফুঙে আশা দিবৰংঘৰে

জ

জিলমিলিয়া কোমল বালি

জিলমিলিয়া কোমল বালি,তাহানিৰ কথা কিয় আজি কলি,ওঁহোকথা :  ভুল হʼল নেকি ?তাহানিৰ কাহিনী কিয় শুনালি ?(অʼ) বুকুতে মিঠা মিঠা বিহ

জ

জিন্দাবাদ মেণ্ডেলা

জিন্দাবাদ মেণ্ডেলামেণ্ডেলা জিন্দাবাদজিন্দাবাদ মেণ্ডেলামেণ্ডেলা জিন্দাবাদ সাতাইশ বছৰ আৰু সাতটা মাহৰবন্ধ কাৰাগাৰ ভাঙিলাঁ প্ৰখৰ ৰৌদ্ৰৰূপে আফ্ৰিকাৰ নতুন যুৱক হৈ ওলালা জিন্দাবাদ মেণ্ডেলা।। বৰ্ণ বৈষম্যৰ জীৰ্ণ প্ৰাচীৰখনিবজ্ৰ

জ

জিগিজা-গিজাও

গাভৰু :- জিগিজা-গিজাও অʼ গিজাওজিগিজা-গিজাও অʼ গিজাওজিগিজা-গিজাও অʼ গিজাওছোট ঘৰেৰ বহু বেটী, পিঠে পৰে চূল গʼযৌৱনেৰে আঙ্গিনাই উড়ে গেন্দা ফুল

জ

জিকমিক দেৱালীৰ বন্তী

জিকমিক দেৱালীৰ বন্তী জ্বলেএন্ধাৰত কান্দে কোনে অকলে অকলেওচৰা-ওচৰি দুটি ঘৰ।এটি পঁজা আনটো ৰজা ঘৰৰজাঘৰে হাঁহে, মাথোন পঁজাটিত বন্তি নজ্বলে! পঁজাটিত

জ

জাগ্ৰত মানুহৰ ছাঁ দেখি

জাগ্ৰত মানুহৰ ছাঁ দেখি কিয়দিনে-ৰাতিয়ে উচপ খোৱাঁ ?আলসুৱা আকাশত কুঁৱলীৰ মুখা-পিন্ধাৰামধনু কেলেই খেদি যোৱাঁ ? ধূলিৰ ধৰাত জীৱন সৰগ ওপজেনতুন

জ

জুয়ে পোৱা তিৰাশীৰ

জুয়ে পোৱা তিৰাশীৰনিৰ্বাচনীৰ বছৰমোৰ ভাইটি নোহোৱা হʼলনেপালোঁ খবৰতই জাননে খবৰ?তই জাননে খবৰ? জিলাৰ দহোগাঁৱততোৰ সমকক্ষ নাইতোক হেৰুৱাই আমাৰ গঞাইক্ৰোধতে বিনায়।মৰিশালি

জ

জয় বা পৰাজয়

(অনুবাদ গীত) জয় বা পৰাজয়সময় অসময়কপালত জিলিকাইপ্ৰেম নাহেপ্ৰেমে সময় নুবুজে(প্ৰেমে) বয়স যে আৰু নুবুজে।।ৰিম্‌ ঝিম্‌ ঝিম্‌ বৰষাইমোৰ দেহাটি যেতিয়া তিয়ায়উদাস

জ

জয় জয় নৱজাত বাংলা দেশ

জয় জয় নৱজাত বাংলা দেশজয় জয় মুক্তি বাহিনী।ভাৰতীয় সৈন্যৰ সʼতে ৰচিলাঁমৈত্ৰীৰ কাহিনী।। ধৰ্মান্ধতাৰ বিপৰীতে ধৰ্মনিৰপেক্ষতাবিভেদকামী শক্তিৰ সলনিগংগা পদ্মাৰ একতা।। সামন্ততন্ত্ৰৰ

জ

জয় জয় অসমীৰ নতুন পুৰুষ জয়

জয় জয় অসমীৰ নতুন পুৰুষজয় জয় শ্বহীদ বাহিনীপঁচাশীত লিখিলোঁত্যাগেৰে তোমাৰমুক্তিৰ কাহিনী। মহাভাৰতৰ মহা অংগঅসমী আই আমাৰকʼত সন্তানৰশোণিত ঢালেনোপোৱাঁ তুলনা তুমি

 
Scroll to Top