ঘৰতো নবহে মন

ঘৰতো নবহে মন সমনীয়াপথাৰতো নবহে মন;কমোৱা তুলাবোৰ যেনেকৈ উৰিছেতেনেকৈ উৰিবৰ মন। মনৰে বননিত সমনীয়াচেনেহৰ নিজৰাতপানীকেহে এটুপি পিওঁ,পোৰাকৈ ভটিতে তুমি যে […]

ঘৰ ঘৰ বুলি খাওঁ হাবাথুৰি

ঘৰ ঘৰ বুলি খাওঁ হাবাথুৰিআঁচনি কম্পমানতথাপি কিয় কৰি আছোঁ মইবালিঘৰ নিৰ্মাণ শূণ্য শূণ্য এই জীৱননাই নাই মান অভিমাননাই স্নেহ নাই

ঘৰ আমাৰ মাটি হয়

ঘৰ আমাৰ মাটি হয়মাটিয়েই ঘৰ;বাটেই আমাৰ আপোন হয়আপোনেই পৰ। এটি মিঠা জীৱন, এটি জীৱিকাৰ বাটৰাজপথে এৰাবাটে; এষাৰি মৰমী মাত;বিচাৰোঁতেই দিন

ঘুমতি যাওৰে

নাৰী : ঘুমতি যাওৰে মোৰে সোণ জীউটিশিয়ালী নাহিবি ৰাতিতোৰে কাণে কাটি লগাম তেলৰ চাকিশিয়ালী নাহিবি ৰাতি। সোণ হালে-জালে আগলি বতাহেলফা

ঘনে ঘনে কত শিশুক

ঘনে ঘনে কত শিশুকজন্ম দিবা তুমি?তুমি জন্ম দিবাস্বাৰ্থবিহীন মৰতলে’ আনি।। তুমি যদি নিজে হোঁৱাভঁৰাল ৰোগৰতোমাৰ মৰম হʼব  পানী লুইতৰ।এতিয়াই চিন্তি

 
Scroll to Top