কিছু দিন আগতে পুৱতি নিশাতে
কিছু দিন আগতে পুৱতি নিশাতেসপোন এটি দেখিছিলোৰাজপথে ৰাজপথে বিজুলী খুঁটিতওলমা মৃতদেহ দেখিছিলো । সুধিলো: এয়া কাৰ মৃতদেহ ?কʼলে : ইহঁত চোৰাংবজাৰী,ঘটিছিল […]
কিছু দিন আগতে পুৱতি নিশাতেসপোন এটি দেখিছিলোৰাজপথে ৰাজপথে বিজুলী খুঁটিতওলমা মৃতদেহ দেখিছিলো । সুধিলো: এয়া কাৰ মৃতদেহ ?কʼলে : ইহঁত চোৰাংবজাৰী,ঘটিছিল […]
কি যে তোমাৰ সংগ প্ৰিয়ামিঠা তোমাৰ সংগ,তোমাৰ অংগ জ্বলন্ত জুইমই যে পতংগ । জীৱনৰ ৰস যিমানতৃষ্ণাও বাঢ়ে সিমানএই নিশা নেলাগে
কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐহেৰালে চেতনা গাৰমৰিচিকা খেদি ভাগৰি পৰিছোঁএকোৰে পোৱা নাই পাৰ। সমাজখন ভুৱাৰে ভৰি গ’লমানুহে মানুহক নিচিনা
কি বিচাৰি ওৰে জীৱন কেনি আগুৱালোবহু ধনৰ মোহত পৰি মূলো হেৰুৱালো ।যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গʼলোঅতি লোভত পৰি আজি
কি কৰোঁ, কি কৰোঁ উপায়কোৱা বাৰু কি উপায়ভালপোৱা নিষ্ঠুৰ দানৱধৰেহি সদায় বান্ধমই নিৰুপায়। বৰ পোৰণি আছে বান্ধ, ফেঁটী সাপৰ বিষততাৰো
কাৰোবাৰ দুনয়ন সৰগত তৰা যেন লাগেনেজানো মোৰ কি যে হʼল ! মৰমৰ সাগৰত সাঁতোৰাৰ হেপাহ জাগেকোন দেৱী বাউলী হʼল ।। জোনৰ
কাৰ ঘৰৰ লখিমী ঘৰলৈ উভতিছেকাৰ ঘৰ সজাই-পৰাই কোনে বাট চাইছে !কাৰ ঘৰত মেটমৰা কʼলা ধন বিজাৰিছেকাৰো ঘৰত অভাৱে জীৱন জোকাৰিছে।কাৰো
কাহিনী এটি লিখাঁ সেৱাৰ বিষয়েকৈছিলোঁ বহু বহু বাৰবন্ধু লিখক, তুমি নুশুনিলাঁদেখুৱালাঁ মাথোঁ অহংকাৰ ।। সঁচা নায়ক বিচাৰি বিচাৰিতাহানি যে আহিছিলা