মোৰ মৰমে মৰম বিচাৰি যায়
মোৰ মৰমে মৰম বিচাৰি যায়মোৰ মৰমে মৰম বিচাৰি যায়বাৰিষাৰ কেঁচা বানেমোৰেই কাৰণে আনেনতুনৰে বৰে নৈযুগৰ বতৰা লৈ ।।অকলশৰীয়া পথেদি মইশত […]
মোৰ মৰমে মৰম বিচাৰি যায়মোৰ মৰমে মৰম বিচাৰি যায়বাৰিষাৰ কেঁচা বানেমোৰেই কাৰণে আনেনতুনৰে বৰে নৈযুগৰ বতৰা লৈ ।।অকলশৰীয়া পথেদি মইশত […]
মোৰ মন বাঘ যদি আজি চৰাই হয়আৰু কʼৰবাৰ চিলনীয়ে খেদি খেদি কয় –তোৰ সাহৰ দেখোঁ কোনো চিনচাব নাইমই কʼম কি?মোৰ
মোৰ বুকুৰ জ্বালাত নয়ন উতলেনাবিক হিয়াত সনা লহৰ নগলে ।।মেলা পাল সুৰৰে অবাক নিমাতহয়, হিয়াৰো ভুল হেৰালে যে বাটআজি কোনে
মোৰ গীতৰ হেজাৰ শ্ৰোতা!তোমাক নমস্কাৰ !গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ ।।প্ৰয়াস কৰোঁ- তোমাৰ মুখত হাঁহি বিলাবলেʼপ্ৰয়াস কৰোঁ- তোমাৰ দুখত সঁচাই
মোৰ গান হওকবহু আস্থাহীনতাৰ বিপৰীতেএক গভীৰ আস্থাৰ গান। মোৰ গান হওককল্পনা-বিলাসৰ বিপৰীতেএক সত্য প্ৰশস্তিৰ ধ্যান।। মোৰ কলাশৈলীতে মূৰ্ত্ত হওকএক মধুৰ বৈশিষ্টৰ
মোৰ গাটো দেখোন অʼ মাকণসাতখন আঠখনৰঙালী বিহুতে ৰঙা ৰঙা মনতই দেখোঁ গাভৰু হʼলি মাকণ। কালি দেখিছিলোঁ অʼ মাকণভৰলীৰে পাৰতলহপহ দেহাৰে
মোক এনে এখন সৰগ দিয়াযি ধৰাত জিলিকি পৰে,এনে এটি পৰিবেশ দিয়াঁ হিয়া যʼত শাঁত পৰে।।প্ৰচণ্ড বেলিৰ তাপ থকাসন্মুখত অনন্ত পথএজুপি
মেঘে গিৰ্ গিৰ্ কৰেআ-হা হিৰ্ হিৰ্ মেঘে কৰে বা লাগি আগলতি কলাপাত লৰে এজাক যেন বৰষুণআহোঁ আহোঁ কৰে।। বহু দিনে
অ’ …..অ’…..অ’…… মিলনৰে এই শুভ ক্ষণপখিলা উৰাদি উৰে মন মৰমৰে এই আৱাহনজীৱনৰে মধুৰ লগন। লাজৰে বান্ধোন খুলি যায় যায় বুকুৱে সঁহাৰি পায় পায়। অমৃতময়
মিঠা মিঠা বʼহাগৰগীত এটিকে ৰচোঁ বুলি ভাবিলোএনেতে চুচুক চামাককৈ কাষ চাপিলামই যেন ভাষা পালোঁ।মিঠা মিঠা বʼহাগৰ। লুইততে তিওৱা তোমাৰ দেহামাহ আৰু