কুঁৱলী, কি ৰগৰ কৰিলি
কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি?অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি । পাহৰণি কুঁৱলীনিৰৱ সিপাৰেপৰি আছোএকাধিক শতাব্দী ধৰি,পৰি আছো। কুঁৱলী কুঁৱলী কি সপোন ভাঙিলিঅতীতৰ […]
কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি?অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি । পাহৰণি কুঁৱলীনিৰৱ সিপাৰেপৰি আছোএকাধিক শতাব্দী ধৰি,পৰি আছো। কুঁৱলী কুঁৱলী কি সপোন ভাঙিলিঅতীতৰ […]
কৰ্মই আমাৰ ধৰ্মকৰ্মই আমাৰ ধৰ্মআমি জীৱন-যুঁজত জিকিব লাগিবপিন্ধি সাহসৰ বৰ্ম। স্বাৰ্থপৰৰ লোলুপ আশা,আমি কৰিম খৰ্বমহামানৱৰ বাণী শিৰে লৈনাশিম যুঁজৰ গৰ্ব।
ভূঃ হাঃ — কথা :- কʼৰবাত যদি সৰগ আছেতেনে এইয়ে সৰগহামি হাস্তহামি হাস্তঅনুৰাধা :– সৰগ নামিছেভূঃ হাঃ — ভূস্বৰ্গতকোন বেলি
কোনে জানে তোমাৰ সপোনহ’ব নে পূৰণ ?আকাশতে থকাজনেলিখে কপালৰ লিখন | জীৱনৰে ছবি আঁকিকোনে সজাই দিব ?আকাশতে থকাজনেলিখে কপালৰ লিখন
কোনে কয় মই অকলশৰীয়ামই আৰু মোৰ ছাঁদুয়ো দুয়োৰে লগৰীয়াপৃথিৱী নক’বা মই অকলশৰীয়া সংগীহীনতামোৰেই সংগীবুলি কিয় তুমি উপহাস কৰিছা ?মই আৰু
নায়ক: কোন চিত্ৰলেখীয়ে এয়া ছবি আঁকে?চাওঁ ছবিত নো কোন ৰাজকোঁৱৰ থাকে?(ময়েই থাকিম নিশ্বয়) নায়িকা: (ইঃ বৰ অনিৰুদ্ধ কোঁৱৰ ওলাইছে !)মোক
কোন এই ললনামাথোঁ কৰে ছলনাধৰা দেখোঁ দিযা নাই,দিযা নাই,দিযা নাই। চাই অতীতৰ কোনো ছায়ানে বৰ্তমানৰ কায়ানে অনাগত ভৱিষ্যতসাঁথৰ ভৰা মায়াবুজা
কিছু দিন আগতে পুৱতি নিশাতেসপোন এটি দেখিছিলোৰাজপথে ৰাজপথে বিজুলী খুঁটিতওলমা মৃতদেহ দেখিছিলো । সুধিলো: এয়া কাৰ মৃতদেহ ?কʼলে : ইহঁত চোৰাংবজাৰী,ঘটিছিল
কি যে তোমাৰ সংগ প্ৰিয়ামিঠা তোমাৰ সংগ,তোমাৰ অংগ জ্বলন্ত জুইমই যে পতংগ । জীৱনৰ ৰস যিমানতৃষ্ণাও বাঢ়ে সিমানএই নিশা নেলাগে