Author name: admin

শুনা শুনা হে

শুনা শুনা হেশুনা পাতি কাণ,বিজ্ঞানসন্মত বনভূমিৰ অৱদান।।দূৰৈৰ বন ভূমিত সৌসুৰুয ভৈলা দৃষ্টসূৰুযৰ জ্যোতিৰে বনভৈলা পৰিপুষ্ট।।বন এক কাৰখানাজ্যোতি প্ৰপাতৰঅম্লজান বাষ্প সৃষ্টিকৰে […]

শতিকাৰ ৰূপ খেদোঁ

শতিকাৰ ৰূপ খেদোঁকিবা যেন বিচাৰিখোজ মোৰ নিতে আগুৱায়মিছা এন্ধাৰে চকু ভাগৰায়বুকুৰ পোহৰৰে শিখা বাঢ়ি যায়।। দিগ্‌বলয়ৰ বাটেৰেবগাকৈ মন বগকুঁৱলী ফালি

শংকৰ-মাধবৰ মহা সৃষ্টি

শংকৰ-মাধৱৰ মহা মহা সৃষ্টিৰেউজ্জ্বল লুইতৰে পাৰকতজনে শলাগিলে অসমীয়া লিখনিপদ্ম গোহাঞি বৰুৱাৰ।।বড়ো-ৰাভা মিচিঙৰ ৰূপে ৰসে ভৰপূৰজীয়া জীয়া আমাৰ ভাষাৰ।লিখাবোৰ কিয় বাৰু

ৰিণিকি ৰিণিকি

ৰিণিকি ৰিণিকিশুনিছোঁ দূৰণিতপ্ৰভাতী পখীয়ে গীত গায়,প্ৰভাতী পখীয়ে কিয় গায়?মৌন নিশা দেখোঁ, চৌপাশে আছে;সূৰুযৰ দেখা দেখি নাই।প্ৰভাতী পখীয়ে গীত গায়প্ৰভাতী পখীয়ে

ৰাইজ আজি ভাৱৰীয়া

ৰাইজ আজি ভাৱৰীয়াদেশেই নাটঘৰকোনে কি ভাও ল’বা আহাঁসময় যে তাকৰআখৰা নেলাগে, নেলাগে পোছাকনঙঠা হৈয়ে আহাঁভুকাতুৰ পেটতে গামোচা বান্ধিউন্মাদ হৈয়ে আহাঁতেহে

ৰমকে জমকে আছিল মোৰ অসমী

ৰমকে জমকে আছিল মোৰ অসমীসোণৰ কপৌফুলে পিন্ধিসিংখাপ পিন্ধিলৈ জেতুকাৰ বোলেৰেহাত ৰঙচুৱা কৰি। — কিনো দিন পৰিলে আজি!কʼলৈ গʼল ৰংচং কʼতনো

ৰম্ভা মেনকা

ৰম্ভা, মেনকা কিম্বা যুথিকানামবোৰ নাজানো ভাইহংস গামিনী ইমান ৰমণীকলিজা ধপে ধপায়।তঁহতৰ লাজ কাজ নাই যা!গাভৰুক জোকাব নাপায়।সাইলাখ ৰাম হে আমি

ৰমজানৰে ৰোজা গʼল ওলাল ঈদৰ জোন

ৰমজানৰে ৰোজা গʼল ওলাল ঈদৰ জোনচেনেহৰে মেহফিলতে বহে আজি কোন?আজি ঈদ মজলিছতে একেলগে বহিছেআজি ঈদ মজলিছতে ৰহিম চাচাও বহিছেআজি ঈদ

ৰুম্‌ ঝুম্‌ নেপুৰ বজাই

ৰুম্‌ ঝুম্‌ নেপুৰ বজাইঝুম্‌ ঝুম্‌ ঝুম্‌ ঝুমকা কঁপাইৰূপসী নৈৰ পাৰেদি কোনচাওতালী গাভৰু যায় !তাইৰ অঙ্গে অঙ্গে শোভাতাইৰ ৰূপ মনোলোভাহৰিণী চাৱনিৰচেনেহ

 
Scroll to Top