Author name: admin

যুৱতী অনামিকা গোস্বামী

গীত:-  যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্রশান্ত দাসে বিয়াত হেনো কিছু বাধা পালে ৰাম বাধা পালে ! সেয়ে কাকো নজনাই, কামাখ্যাধামত দুয়ো দুয়োকে […]

ঐ নিলাজ পাহাৰ !

হাঃ হাঃ হাঃ হাঃ …..থুই, হাঁহিবলৈ আহিছ !ঐ নিলাজ পাহাৰ !ঐ শুকান পাহাৰ !মৰমবিহীন হৈ মৰ্ মৰ্ মৰ্‌লাজতেহে মৰ্     বিচাৰিলি

দলিত ভাৰতৰ আশাৰ প্ৰদীপ

দলিত ভাৰতৰ আশাৰ প্ৰদীপজয় মহাত্মা গান্ধীমোহন ৰূপেৰে জগত মুহিলাঁপ্ৰেমৰ ডোলেৰে বান্ধি। সৰ্বধৰ্মৰেই অৰ্থ বুজিলাঁবিশ্ব প্ৰেমেৰেই মথিমানৱতাৰ জ্যোতি মহানপ্ৰচাৰি অমৃত বাণী।

দুয়ো মুখামুখি অতি সুখে সুখী

(আগকথা-বাহিৰ বিশ্ব যেতিয়া নিমাত, তেতিয়া দুজনে মুখামুখি হৈ কেইটামান মৰমী মুহূৰ্তক, প্ৰেমক পৱিত্ৰ জ্যোতিপ্ৰপাতলৈ পৰিণত কৰে। বোধহয় এনেকৈ -) গাভৰু

দুখৰে উপৰি দুখ মোৰ ৰাইজ ঐ

দুখৰে উপৰি দুখ মোৰ ৰাইজ ঐলুইতত উটিলে জাঁজীআমাৰ দেশখন হʼল মৰিশালীপানী নাই পথাৰত আজি।কিনো দিন পৰিলে আজি। ৰহদৈয়ে ঢাকুৰে ভোগায়ে

বৰদৈচিলা নে সৰুদৈচিলা

কথা ঃ ডেকা ঃ ককাই – অসমৰ আকাশত  সেইয়া কাকতৰ চিয়া নে, বৰদৈচিলা? গীত ঃ ডেকা ঃ বৰদৈচিলা নে, সৰুদৈচিলা নে অসমৰ আকাশত বৰ

বিৰাজে কি সাজে

বিৰাজে কি সাজেপ্ৰকৃতিৰে জীয়ৰীমিলন দেখি হাঁসে সখিনিজকে পাহৰি। শোক তাপ নিৰানন্দৰ আজি পৰিল অন্ত।ৰঙে-ৰঙে ভৰিল আজি মনৰে দিগন্ত।। শকুন্তলা দুষ্মন্তৰে

 বিহুৰেনো বিৰিণা -অ’ আইতা

 বিহুৰেনো বিৰিণা —অ’ আইতাঅ’ নাচনীৰ কলাফুল লৰেবিহুৰেনো বিৰিণা —অ’ আইতাকেৰু মণি থুৰিয়াপাতে সমনীয়া  —অ’ আইতাতুমি আমাৰ যুৰীয়াব’হাগতে পাতি যাওঁ বিয়া

 
Scroll to Top