কন্ঠ: ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱা
বাৰো মাসে তেৰ ফুল ফুটে
বছৰে ফুটে হলা চৈ
নাযাইও যমুনাৰ জলে।
তুমৰা নাযাইও নাযাইও
নাযাইও চৈৰে
ঐনা যমুনাৰ জলে।
যে ঘাটে ভৰিৰ আৰও জল
সেই ঘাটে কানাই আসৈ
নন্দেৰ বেটা চিকণৰে কালা
কালা বিহিলে কি
বিষম জ্বলা চৈ।
কদম গাছে হেলানীৰে দিয়া
কালা বাজাই মোহন
বাঁশী চৈ।
(গোৱালপাৰীয়া লোকগীত)
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨