আশ্বিন মাসে দূৰ্গা পূজা

পুৰুষ :- আশ্বিন মাসে দুৰ্গা পূজা
ঢাকেৰ কেমন গুড় গুড়ি
তাৰেই মাঝে ঝিলমিল কৰে
মোৰ প্ৰাণেৰ সুন্দৰী।

লাল শাড়ী পিন্ধি নাচে
মাদল ঝুমুৰ বাজানা
নাকে নোলুক বাঁয়ে তাবিজ
ৰুণ জুন বাজে গহনা।

মহিলা :- অইন দিনে দেখি কালা
কাণে কদম ফুলে গো
আজ কেন তোমাৰ কালা
বদন মলিন গো।।
পুৰুষ :-একখনি পাণ দিয়ে
আশা দিয়ে পলাইলি
ফাঁকি দিয়া
ওৰে পিয়া কাহে নাহিলি
বৃথা  মোৰ নিশি গেল —
জাগায়া ৰাখিলি।

মহিলা :-যখন ফুল কলি ছিল
তখন ভ্ৰমৰ আইল গেল
এখন নুতন ফুলে মজিল
পুৰাণা পীৰিতি ছাৰি নতুনে মজিল ৰে।

পুৰুষ :কথা :– এত যদি ছিল মনে
আগে না বলিলি কেনে
মোৰ যৌৱন তোৰ হাথে ৰৈল।

মহিলা :- তুমি তৰু, হামি লতা
যাওঁ দেখি কোথা যাবে
হাঁসিৰ চান্দ আকাশে উঠিল।

পুৰুষ :- আসে পাসে লাখো গছ
গমকি উছিল বাঁস
কেওৰা ফুল খোপাই পিন্ধি
নাচ ৰে ঝুমুৰ নাচ।

দুয়ো :- আৰে নাচৰে ঝুমুৰ নাচ।
মহিলা :-দুই পইচাৰ পুঠি মাছ
কায়া গোলাৰ তেল ৰে
পুৰুষ :- কোমৰ ধৰি সবাই খেলি
প্ৰেম পীৰিতি খেলৰে।।

ৰচনা কাল : ১৯৭৫

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top