নতুন পুৰুষ নতুন পুৰুষ
নতুন পুৰুষ নতুন পুৰুষতুমিতো নোহোৱাঁ আৰু ভীৰু কাপুৰুষহাতে কামে আজি যদি নোহোৱা পুৰুষকাইলৈ হʼবা তুমি পুৰণি পুৰুষ।অগণন উজ্জ্বল ডেকা সু-পুৰুষআৰু […]
নতুন পুৰুষ নতুন পুৰুষতুমিতো নোহোৱাঁ আৰু ভীৰু কাপুৰুষহাতে কামে আজি যদি নোহোৱা পুৰুষকাইলৈ হʼবা তুমি পুৰণি পুৰুষ।অগণন উজ্জ্বল ডেকা সু-পুৰুষআৰু […]
(কণ্ঠ – সমবেত) নতুন নতুন সাহ, আহিল নতুন সাহআমাৰ বহল বুকুতে।বগলীৰে বগা পাখি জিলিকে আকাশতে,জা-জাবৰ চিকুণাওঁ আমাৰ আপোন হাতে।। মৰা
নাই নাই নাই হেনো আমাৰ আপোন শাস্ত্ৰীতাছখণ্ডতে হʼল শান্তি পথযাত্ৰী। নিঃকিন শৈশৱে সংগ্ৰামী সাজিলেসংগ্ৰামী যৌৱনে সাত্ত্বিক সাজিলে। ভাৰততে ঐতিহ্যৰ গূঢ়াৰ্থ