গুৱাহাটীৰ কোনোবা এটি মিঠা

গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথাশুনাইছিলাঁ গণেশ গগৈৰপ্ৰেমৰ কবিতাআজি মনত পৰেনে? মোক আঁকোৱালি চাৱনি মিলাইকৈছিলাঁ মধুৰ আৱেগেৰেতোমাৰ প্ৰাণৰ পাপৰি ঢালিসজাবা […]

গৌৰীপুৰীয়া গাভৰু দেখিলো

গৌৰীপুৰীয়া গাভৰু দেখিলোঁহাতী ধৰিবলৈ গৈ।হাতীও ধৰিলোঁ তাইকো মুহিলোঁসাঁতুৰি গদাধৰ নৈ হে’।।মহলৰ কাষতে নৈৰে পাৰতেআছিলে অকলে ৰৈ হে’।। গোৱালপাৰাৰ হাতী মহল,মাউত

গোদাবৰী নৈৰে পাৰৰে পৰা

গোদাবৰী নৈৰে পাৰৰে পৰাঅসমী আইলৈ যাচোঁ প্ৰণাম।সেইখন দেশ মোৰ দূৰণিৰ দেশতথাপি চিনাকি শুৱনি নামঅসমী আইলৈ যাচোঁ প্ৰণাম।।  জোনাকৰে ৰাতি চাগেʼ

গাঁৱৰে জীয়াৰী সপোন সুন্দৰী

গাঁৱৰে জীয়াৰী সপোন সুন্দৰীগাঁৱতে সৰগ ৰচোঁ মইমাটিতে সৰগ ৰচোঁ মইদেৱতাই ৰ লাগি চায়। ধুনীয়া মন মোৰ কুমলীয়াবাহু দুটি মোৰ লহপহীয়াকাকনো

গুপুতে গুপুতে কিমান খেলিম

গুপুতে গুপুতে কিমান খেলিমআলিঙ্গনৰ এই খেলাছটিয়াও আহাঁ আকাশে বতাহেদুয়োৰে ৰঙৰে মেলা।  সমাজ আৰু সংস্কাৰকদেখুৱাওঁ আহাঁ প্ৰিয়ালুকাই নথৈ আমাৰ দুখনসাগৰৰ দৰে

গংগা মোৰ মা

(অনুবাদ গীত: মূল ৰচনা -শিৱদাস বন্দোপধ্যায়) গংগা মোৰ মাপদ্মা মোৰ মামোৰ চকুলোৰে দুটি ধাৰামেঘনা যমুনা। একে আকাশ একে বতাহদুই কলিজাত

 
Scroll to Top