কন্ঠ: প্ৰতিমা পাণ্ডে বৰুৱা আৰু ভূপেন হাজৰিকা
কি বন্ধুৰ বাড়ীতে তাল গাছে ঢোলে,
হ্যাসকা টানে পীৰিত খচে মাঘ মাসী শীতে
বন্ধুৰ বাড়ীতে তাল গাছে ঢোলে,
হ্যাসকা টানে পীৰিত খচে মাঘ মাসী শীতে
কি যাৰে বন্ধু যা,
জ্বলিয়া গেইলেন মনেৰ আগুন নিবিয়া গেইলেন না ।
বন্ধু ধন ধন ৰে,
এতই গো সাক্ষী তোমাৰ শৰীলে ।
দেখিতে দেখিতে গাভুৰ হ’নু ।
ৰবি বাৰেৰ দিন নাই ওৰ গেনু ।
পৰাৰ ছেঙৰাই কৰে হায় ৰে হায়,
মোহিত পীৰিত কৰং না, চেঙৰা বন্ধু ছাড়ে না
আৰু বিয়া যায় পীৰিতে বাইনা ।
বাপ ও ভাই তোৰ হিয়াৰ ছাড়া
বেচায়া না খাইল্ তোক ছোটতে
হিয়াৰ ঢোলে তোৰ পূবাল বাতাসে ।
বন্ধু ধন ধন ৰে,
এতই গো সাক্ষী তোমাৰ শৰীলে ।
বন্ধুৰ বাড়ীতে তাল গাছে ঢোলে,
হ্যাসকা টানে পীৰিত খচে মাঘ মাসী শীতে
কি যাৰে বন্ধু যা,
জ্বলিয়া গেইলেন মনেৰ আগুন নিবিয়া গেইলেন না ।
(গোৱালপাৰীয়া লোকগীত)
