Author name: admin

তেজ দিলাঁ, প্ৰাণ দিলাঁ

তেজ দিলাঁ, প্ৰাণ দিলাঁত্যাগ দিলাঁ ডেকা বন্ধুপুনু আহিবা, আহি যুঁজিবাযুঁজি জিকিবাই ডেকা বন্ধু। তেজ দিলাঁ, প্ৰাণ দিলা,ত্যাগ দিলাঁ, ডেকা বন্ধুপুনু […]

তুলসীৰ তলে তলে

তুলসীৰ তলে তলেকত চাকি জ্বলালোঁথাপনাৰ তলে তলে শৰাই আগবঢ়ালোঁতথাপিতো নেপালোঁ পাৰমোৰ গোসাঁই ঐতথাপিতো নেপালোঁ পাৰ।সংসাৰ সাগৰে বুৰিখালোঁ আমি হাবাথুৰিমানৱী জনমতো

তুমিয়ে মোৰ কল্পনাৰে

তুমিয়ে মোৰ কল্পনাৰে হৰিণীনয়নাতুমিয়ে মোৰ জীৱনৰে মধুৰ আল্পনাতোমাৰ বাবেই মোৰেই সুৰৰ কতনা মূৰ্চ্ছনাতুমি জানা নে নেজানা ? জীৱন ৰণাঙ্গনত তুমি

তুমি বিয়াৰ নিশাৰ

তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ এপাহি ৰজনীগন্ধাতোমাৰ মূল্য এনিশাৰ।পিছৰ দিনা সূৰুয উঠাৰ পিচৰ বাহী শয্যাততুমি মূল্যবিহীন ভাৰ।। তুমি ফুলিছিলাঁ আশাৰে বহুতআঁচনিকে

তুমি নতুন পুৰুষ

তুমি নতুন পুৰুষতুমি নতুন নাৰীঅনাগত দিনৰজাগ্ৰত প্রহৰী!কেঁচা জীৱন সোঁতকসিঞ্চন কৰিসজাবা সমাজ নিজ হাতেৰে গঢ়ি।এন্ধাৰ গলিত আলোক বৰষাৰঢালিবা তুমি উচ্ছল বাৰি।।মৃত্যুঞ্জয়ী

তপ্ত তীখাৰে

তপ্ত তীখাৰে, অগ্নি শক্তিৰক্তবর্ণে জ্বলে — এ’ জ্বলিলেমুক্তিপিয়াসী সুপ্ত মানুহৰবক্ষ তীখা হৈ গলে —- এ’ গলিলে । জনতাতন্ত্ৰৰ সাজি ল’লোঁ

টিৰাপ সীমান্ত

টিৰাপ সীমান্তৰূপৰ নাই অন্তনক্তে ৱাঞ্চুটাংচা য়ুগলিৰদেখিলোঁ মনৰ সেউজ দিগন্ত ।   সৌৱা টিৰাপৰে কিশোৰ ৱাঞ্চুতাৰ মুঠিত জোঙা যাঠি পাকমুডিঙিত লিকমণি মূৰত

টিহু হʼল তোমাৰ নাম

টিহু হʼল তোমাৰ নাম হওক আনন্দ তোমাৰলখিমী পথাৰৰ পৰা কৰোঁ নমস্কাৰ।। বড়ো ভাষাৰ ‘ডিহু’ শব্দ হে বিষ্ণু ৰাভাই কোৱা‘ডি’ মানে

স্নেহে আমাৰ শত শ্ৰাৱনৰ

স্নেহে আমাৰ শত শ্ৰাৱনৰধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনেযৌৱন-বাসনাৰ ৰিক্তোপকূলপূৰ্ণ কৰে উন্মত্ত বানে । নিৰ্জ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙিউচ্ছল জীৱনৰ জোৱাৰ আনেঅপৰূপ

সুৰাত মগন ভয়াল ৰাতি

সুৰাত মগন ভয়াল ৰাতিমৌন কোলাহল,মই যেন এক ৰʼদৰ বিলাপশব্দৰ সমদল।চন্দ্ৰ তৰাক থাপ মাৰি আনিথেকেচি পেলাবৰ হʼল,সূৰ্যমুখীয়ে সজাব কাহানিবেথাৰ সমাধি তল।নিয়ম

 
Scroll to Top