ৰুদ্ধ কাৰাৰ দুৱাৰ
ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙিযʼত জ্যোতিয়ে নিতৌ নাচেতাত কণ্ঠৰে মোৰ দিম অঞ্জলিসুৰে মোৰ সাজোন কাচে।জীৰ্ণ সমাজৰ বন্ধনে মোকবিষাক্ত বাষ্পহে যাচেপ্ৰাচীৰ ভঙা […]
ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙিযʼত জ্যোতিয়ে নিতৌ নাচেতাত কণ্ঠৰে মোৰ দিম অঞ্জলিসুৰে মোৰ সাজোন কাচে।জীৰ্ণ সমাজৰ বন্ধনে মোকবিষাক্ত বাষ্পহে যাচেপ্ৰাচীৰ ভঙা […]
ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক ? ৰ’দ পুৱাবৰ কাৰণে মতিবানো কাক?ওলাই দেখোন আহিলেই ৰহদৈৰে জাকলগে লগে লৰি আহিল সেউতীহঁতৰ মাকপাহাৰ বগাই
ৰণক্লান্ত নহওঁ, সেই মুহূৰ্ত লৈ — যি মুহূৰ্ততে মোৰ সীমান্ততেশেষ শত্রু দৈত্যটিৰ নহয় মৰণ । — ৰণক্লান্ত নহওঁ । ঝনঝনায় —-আজি ঝনঝনায়মোৰ
ৰক্ষা কৰা, মোক কৰা ৰক্ষাঅলিয়ে গলিয়ে নিতে হেজাৰে বিনায়কালৰূপী যক্ষ্মই মৰা সূঁতি সাজি দিয়েবক্ষৰ লুইতখনি বাৰিষা শুকায়।এন্ধাৰ পঁজাত মুমূ্ৰ্ষু জীৱনৰবন্তি
ৰংপুৰ তোমাৰ নাম হওক মঙ্গল তোমাৰৰংপুৰ তোমাৰ নাম হওক মঙ্গল তোমাৰঅতীত ঘাটি চাইলে পাবা ঐতিহ্য অপাৰ হে’ ।ৰংপুৰ তোমাৰ নাম
ৰং ৰং নানা ৰং কিনিবলৈ যাওঁৰং ৰং নানা ৰং…….. কিনিবলৈ যাওঁৰংবোৰ অভিমুখে আমি আগুৱাওঁয’তে যি ৰং পাওঁ কোঁচত ভৰাওঁসেই ৰং
ৰং কিনিবা কোনে অ’ ৰং কিনিবা কোনে ?মোনা ভৰাই ৰং আনিছোঁ, কিনা মোনে মোনে|বাও ধানৰ সোণ পথাৰত হালধীয়া চৰাইআৰু হালধীয়া
তোমাৰ দেখোঁ নাম পত্ৰলেখাপত্ৰ তুমি নিলিখা হ’লাঁহয়তো মোৰ পুৰণা ঠিকনাতোমাৰ মনত নাই। হয়তো তুমি তোমাৰ মৰমবোৰথৈছাঁ সাঁচি কাৰোবালৈগুপুতে বুকুতেতাত মোৰ
তোমাৰ উশাহ কঁহুৱা-কোমলশেৱালি-কোমল হাঁহিহাঁহিয়ে হৃদয় হৰিলে শুনাইএটি কিবা মিঠা বাঁহী৷শাৰদীয়া চেনেহীৰেকঁকাল ইমান লাহী।।তোমাৰ উশাহ কঁহুৱা কোমলশেৱালি কোমল হাঁহি৷৷হঠাৎ আজি গালোঁ
তেৰশ চৌৱন্নৰ মাঘৰে মাহতেষোল্লৰে বিয়লি বেলাপৃথিৱীৰ শিৰতে ব্ৰজপাত পৰিলেবাপুজী কʼলৈনো গʼলাঁ ?এন্ধাৰৰ মাজেদি জোঁৰ লৈ আহিলাঁঅশেষ যাতনা ভেদিমৰমৰ হাঁহিৰে হেংদান