সাত সমুদ্ৰৰ পাৰৰে

সাত সমুদ্ৰৰ পাৰৰে
ধুনীয়াকৈ বজাৰৰে
হাতী কি ঘোঁৰা আনা?
ঘোঁৰা আনা নে নানা?
পাপা লক্ষী আহাঁনা।
তুমি পৰদেশলৈ যাবৰে পৰা
সেই গান ধোঁৱাই আৱৰে।
দিন দিৱসো অন্ধকাৰ
সুৰ বিলোৱা কণ্ঠ নাই
জিলমিল চাৱনিৰে তৰাই
সপোনে বিচাৰে তোমাক,
কঁপনি গুচোৱা দেৱ হে
কঁপনি গুচাই আহানা।।
পাপা —-।
তগৰ ফুল নহয়, ইযে দেখা
কাগজ নহয় ইযে ভাগ্য লেখা
মা ভীষণ গায়িকা সাজি
কমকৈ গীত নাগায় আজি!
খেল-খেলাও যে টুটি যায়
লগৰ লগৰীও গুচি যায়
জেপ আমাৰ খালী হায়
আৰু এনেয়ে দেৱালী যায়
ঘপ ঘপ ৰোহ ঠেঁহ নেপাতো
স্বপ্নত আহাঁ পথ চাওঁ
আৰু কঁপে মন গগনা।।
পাপা ——-।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top