ঘনে ঘনে কত শিশুক

ঘনে ঘনে কত শিশুক
জন্ম দিবা তুমি?
তুমি জন্ম দিবা
স্বাৰ্থবিহীন মৰতলে’ আনি।।

তুমি যদি নিজে হোঁৱা
ভঁৰাল ৰোগৰ
তোমাৰ মৰম হʼব  
পানী লুইতৰ।
এতিয়াই চিন্তি তোমাৰ শিশুক
 তাক নকৰা কিয় সুঠাম-সবল
তেহে তুমি হাঁহিৰে
ঘৰ উজ্বলাবা ।।

বিশ্ব জোৰাই জানো অভাৱৰ ভাৰ
অগণন শিশুক দিবা পোহপাল?
সেয়ে আগতীয়া পন্থা গ্ৰহণ কৰি
সীমিত নকৰাঁ কিয় সুখী পৰিয়াল।
তেহে তুমি প্ৰাণ ভৰি হাঁহিব পাৰিবা,
তুমি ঘনে ঘনে কত শিশুক জনম দিবা ??
 

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top