কʼৰবাত যদি সৰগ আছে

ভূঃ হাঃ — কথা :-  কʼৰবাত যদি সৰগ আছে
তেনে এইয়ে সৰগ
হামি হাস্ত
হামি হাস্ত
অনুৰাধা :– সৰগ নামিছে
ভূঃ হাঃ — ভূস্বৰ্গত
কোন বেলি যায় অন্ত।
অনুৰাধা :– সেন্দুৰী কিৰণেও চিঞৰিব
হামি হাস্ত
হামি হাস্ত
হামি হাস্ত।
ভূঃ হাঃ — দুটি জীৱনৰ সন্ধিক্ষণত
অনুৰাধাঃ- হাতে হাতে  ধৰি আগুওৱা পৰত
দুয়ো দুযোৰে যে ব্যস্ত
ভূঃ হাঃ — হামি হাস্ত
অনুৰাধাঃ– হামি হাস্ত।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top