আমাৰে মইনা শুইছে


আমাৰে মইনা শুইছে
বাৰীতে বগৰী ৰুইছে
বাৰীৰে বগৰী পকি সৰা নাই
তৰু-তৃণ ধুমুহাই ভাঙিছে।।

নেলাগে মোক সোণৰ চপৰা
লুভীয়াই নিব তাক হৰি
দুখীয়াক যি ফেৰা কৰিলাঁ কৰুণা
তাকে যেন নিনিয়া কাঢ়ি।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top