ফেঁচুৱে কৰিলে ছিঁউ
ফেঁচুৱে কৰিলে ছিঁউ মোৰ দেউতাফেঁচুৱে কৰিলে ছিঁউমণিৰাম দেৱানক ফাঁচী দি মাৰিলেআকাশে উৰি গʼল জীউ।মণিৰামক মাৰিলে, আঁৰকাপোৰ তৰিলেওপৰে বগালে চিলামণিৰামৰ কামে

ফুট গধূলিতে কপিলী খুঁটিতকোন গোৰ্খালী গাভৰুৰে গাইজনী হেৰাল।গাইজনীনো কেনেতুলনা যে নাইহেনো সেই চাপৰিততাইৰ মান গাখীৰতী নাই।। কাঞ্চীয়ে ৰিঙিয়াই– অʼ বগী