Support Us

আমাৰ প্ৰয়াসত সহযোগ কৰক

ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজি সংৰক্ষণত সহায় কৰক

lyricsofbhupenda.in হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজিক সংৰক্ষণ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এক স্বেচ্ছাসেৱী প্ৰয়াস।

২০২৫ চনত আৰম্ভ হোৱাৰ পৰাই কোনো প্ৰতিষ্ঠানিক বা ব্যৱসায়িক সাহায্যৰ অবিহনে আমি নিজাববীয়াকৈ এই ৱেবছাইটটিৰ সকলো ব্যয় বহন কৰি আহিছোঁ। সমগ্ৰ বিশ্বৰ শ্ৰোতা, ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ বাবে এই মঞ্চখন সম্পূৰ্ণ বিজ্ঞাপনবিহীন আৰু বিনামূলীয়া কৰি ৰাখিবলৈ, আমি আমাৰ লক্ষ্যৰ সৈতে একাত্মবোধ কৰা হৃদয়ৱান লোকসকলৰ সহায়-সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল।

আপোনাৰ বৰঙণিয়ে কেনেদৰে সহায় কৰিব

আপোনাৰ যিকোনো সৰু বা ডাঙৰ বৰঙণিয়ে এই মঞ্চখন জীয়াই ৰখাত আৰু আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰিব। ই আমাক তলত দিয়া কামবোৰ কৰাত সহায় কৰিব:

  • চাৰ্ভাৰ আৰু ৱেব হোষ্টিঙৰ চলিত খৰচ বহন কৰা (Hostinger Premium Web Hosting)।
  • আমাৰ ড’মেইন (Domain) নৱীকৰণ কৰা আৰু ৱেবছাইটটো সক্ৰিয় কৰি ৰখা।
  • অধিক গীতৰ কথা, অনুবাদ আৰু ঐতিহাসিক তথ্যৰে এই সংগ্ৰহালয়টি সমৃদ্ধ কৰা।
  • ভৱিষ্যত প্ৰজন্মৰ বাবে এক নিকা, বিজ্ঞাপনবিহীন মঞ্চ বজাই ৰখা।

কেনেদৰে বৰঙণি আগবঢ়াব

যদি আপুনি এই সাংস্কৃতিক যাত্ৰাত আৰ্থিকভাৱে, সমল যোগান ধৰি বা কাৰিকৰী সহায় আগবঢ়াই অংশীদাৰ হ’ব বিচাৰে, তেন্তে আমি নথৈ আনন্দিত হ’ম।

তলৰ বুটামটোত ক্লিক কৰি Razorpay-ৰ পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে আপুনি আৰ্থিক বৰঙণি আগবঢ়াব পাৰে:

কোনো সহায়ৰ প্ৰয়োজন হ’লে 8486488980 নম্বৰত হোৱাটছএপ কৰিব ।

স্বচ্ছতাৰ স্বাৰ্থত: কৃতজ্ঞতাৰ চিন স্বৰূপে ১০০ টকা বা তাতকৈ অধিক বৰঙণি আগবঢ়োৱা আৰু নাম প্ৰকাশৰ সন্মতি দিয়া লোকসকলৰ নাম ৱেবছাইটত ‘পৃষ্ঠপোষক’ হিচাপে প্ৰকাশ কৰা হ’ব।

Support This Archive

Help Preserve Dr. Bhupen Hazarika’s Legacy

lyricsofbhupenda.in is a labour of love—a voluntary initiative dedicated to preserving and sharing the lyrical genius of the Bard of Brahmaputra, Dr. Bhupen Hazarika.

Since our launch in 2025, we have personally funded and maintained this archive without any institutional or commercial backing. To ensure this platform remains a free, ad-free resource for listeners, students, and researchers worldwide, we rely on the goodwill of people who share our vision.

How Your Support Helps

Your contribution, whether big or small, directly supports the survival and growth of this platform. It allows us to:

  • Cover ongoing server and web hosting costs (Hostinger Premium Web Hosting).
  • Renew our domain name and keep the site online.
  • Expand the archive with more lyrics, translations, and historical context.
  • Maintain a clean, ad-free user experience for future generations.

How to Contribute

If you wish to support this cultural journey—financially, by contributing content, or by offering technical assistance—we would be honored to have you on board.

You can make a financial contribution securely through Razorpay Checkout using the button below:

If you need any assistance, you may contact us on WhatsApp at 8486488980.

Transparency Note: With their consent, the names of contributors donating ₹100 or more will be acknowledged in the ‘Our Patrons’ section of our website.
 
Scroll to Top