হাৱা নাই, বাতাস নাই
সৱ গেছে সুখ নাই
তোমাৰ বিনা কেমনে ৰহিবো
কেমনে সাগৰ হবো পাৰ।
পখীৰ খাঁচা, আমাৰ বাসা,
উৰি গেলʼ জীৱন-পখী।
পৰি ৰৈল আশা আমাৰ
উৰি গেলʼ প্ৰাণ সোণটি
নৰৈলেক নাহি পাৰাপাৰ।।
কেমনে সাগৰ হবো পাৰ।
ৰচনা কাল : ১৯৭৫
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨