স্বাদী কৰোৱাই লওক

স্বাদী কৰোৱাই লওক
অʼ দিলৱালো, মতৱালো
সৱেই স্বাদী কৰোৱাই লওক
ধুনীয়া নহʼলে ৱাপচ পইচা
গেৰাণ্টি লিখোৱাই লওক।
ময়ে বনোৱা তিলিকা দৰা
মাৰ খায়েই ভিৰে যেন ঘোঁৰা।
ময়ে মেনেজাৰ দিলটো খোলা
নাম বিয়াৰ বজাৰৰ মোল্লা।
হুকুম কা এক্কা কাম হায় পাক্কা
টুকুৰা দিল জোৰাই লওক।।
জাগীৰোজ, বোম্বাই, নাজিৰা, পুণা
কইনা বিনা জীৱন চূনা।
‘মত্তাকʼ সোণালী বৈ নাথাকে
ছিট খালী বুক হৈ যে থাকে।
খৰখেদাকৈহে নুলুকাই
এক পাৰ্মিট বনোৱাই লওক
আধে শ্বৰাবী আধা স্বৰগে
আজি হʼল লʼৰা লড়কে
ঘৈণী দিছিলোঁ নাচোন জনা
লিষ্ট ভেৰি ফি–ভেণ্টি চেনা
ম্যায় ভিউ গুণোৱালা কৰক ইচাৰা
ঘপকে ভাল পোৱাই লওক।।

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top