সদা হাঁহি মুখ

সদা হাঁহি মুখ
নাই কোনো দুখ
হাতত বানৰ বয় বিড়ি,
আধা শতিকাকে ধৰি
অসম মুখক কৰি।
চলি আছে এই বিড়ি
চি.জে. পেটেলৰ বিড়ি,
বানৰ বয় বিড়ি
ভাল লাগে এই বিড়ি।
সুদুৰ গুজৰাটৰ।
নিপানী ধপাতৰ।
ধুনীয়া সোৱাদে ভৰা
বচা বচা পাত
কেন্দুৰেই পাত
তাৰেই তৈয়াৰ কৰা।
জিৰণিৰ বেলা
চকু ৰাখি খোলা
সপোন দেখিব পাৰি,
হালোৱা বনুৱাৰ
ধনী দুখীয়াৰ
অতি দুখীয়াৰ
অতি প্ৰিয় এই বিড়ি
চি.জি.পেটেলৰ
বানৰ বয় বিড়ি।
অসম দেশৰে
ভৈয়ামে-পাহাৰে
এই বিড়ি মধু সমান
প্ৰথম টান
বা শেষৰেই টান
সুখময় প্ৰতিটো টান।
কৰ্মৰ বেলা
বা জিৰণিৰ বেলা
নিৰ্ভৰ কৰিব পাৰি
বাবু অফিচাৰ
বা গৰখীয়াৰ
অতি প্ৰিয় এই বিড়ি
চি.জি.পেটেলৰ বিড়ি
বানৰ বয় বিড়ি
ভাল লাগে বিড়ি
ভাল লাগে এই বিড়ি
অতি প্ৰিয় এই বিড়ি
বানৰ বয় বিড়ি।।

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top