গীত: শ্বমা থাকিলে
জৰুৰ জৰুৰ
পৰৱানা যে আহিবই
কথা: বাহ্ বাহ্ বাহ্ বাহ্ চাচা
দৰ্জী মানুহ কি গাম।
গীত: শ্বমা থাকিলে
জৰুৰ জৰুৰ
পৰৱানা যে আহিবই।
বিজুলী দেখিলে আচমানখনো
জিলিকি জিলিকি উঠিবই
শ্বমা থাকিলে
জৰুৰ জৰুৰ
পৰৱানা যে আহিবই
গীত: মনৰ কাপোৰ ফাটি গʼলেই
মহব্বতে চিলাবই
কথা: কি? আৰু এবাৰ কওক, চাচা।
গীত: মনৰ কাপোৰ ফাটি গʼলেই
মহব্বতে চিলাবই
দুটা দিলৰ
দুই ইনচানক
নিকাহে এটা কৰিবই
কথা: কৰিবই, বা: বা: বা: চাচা।
গীত: দুটা দিলৰ
দুই ইনচানক
নিকাহে এটা কৰিবই
শ্বমা থাকিলে
জৰুৰ জৰুৰ
পৰৱানা যে আহিবই
গীত: এই যোৰা পাভ যোৰা
যোৰা ই মামুলি নহয়
কথা: বা:
গীত: এই যোৰা পাভ যোৰা
যোৰা ই মামুলি নহয়
ই আলি আৰু ফাতিমাৰ যোৰা
কথা: চাব্বাচ।
গীত: যোৰা কায়েম থাকিবই
কথা: থকিবই, বা: বা: চাচা
গীত: আলি আৰু ফাতেমাৰ যোৰা
যোৰা কায়েম থাকিবই
শ্বমা থাকিলে
জৰুৰ জৰুৰ
পৰৱানা যে আহিবই
গীত: পৰবৰ দিগাৰক দোৱা মাগিছো
জিন্দেগী সুন্দৰ হ’বই
কথা: আ: হা: জৰুৰ জৰুৰ, চাচা জৰুৰ।
গীত: পৰবৰ দিগাৰক দোৱা মাগিছো
জিন্দেগী সুন্দৰ হ’বই
বিজুলী দেখিলেই
আচমানৰো দিল ধড়ক ধড়ক কৰিবই।