জন্মদিন


জন্মদিন জন্মদিন শুভ জন্মদিন
প্ৰতিদিন হয় যেন ৰঙীণ ৰঙীণ

জোনে পঢ়া-শুনা কৰি
উঠি ৰেলগাড়ীত
জোনে যাব মানুহৰ উপকাৰ কৰি
পুতলায়ো নাচে আজি
তাক্‌ ধিনা ধিন্‌ ধিন্‌

লহৰা-লহৰি আঙুলি বুলায়
সময়ৰ বাঁহীটি সুৰ দি যায়
শুভ আশীষেৰে যেন বাঢ়ে প্ৰতিদিন
প্ৰতিক্ষণ হয় যেন ৰঙীণ ৰঙীণ।।

ৰচনা কাল : ১৯৮৩

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top