শত বৰ্ষ পাৰ হʼল
তুমি গʼলা অসীম
প্ৰেমৰ দেশলৈ।
চিৰ যৌৱনৰ দিলাঁ গান
চিৰ প্ৰেৰমাৰে জগাই প্ৰাণ।
হেʼ প্ৰেমিক গীতিকাৰ;
লুইতৰ পাৰৰে সকলো গীতিকাৰৰ হৈ,
এ ক্ষুদ্ৰ গীতিকাৰে
কেতেকী এটিৰে যাচে
শত সহস্ৰ প্ৰণাম।
শত বৰ্ষ পাৰ হʼল
তুমি গʼলা অসীম
প্ৰেমৰ দেশলৈ।
চিৰ যৌৱনৰ দিলাঁ গান
চিৰ প্ৰেৰমাৰে জগাই প্ৰাণ।
হেʼ প্ৰেমিক গীতিকাৰ;
লুইতৰ পাৰৰে সকলো গীতিকাৰৰ হৈ,
এ ক্ষুদ্ৰ গীতিকাৰে
কেতেকী এটিৰে যাচে
শত সহস্ৰ প্ৰণাম।